November 22, 2025 8:16 PM November 22, 2025 8:16 PM

views 8

পাটাছাৰকুছিত আজি ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূর্তি উন্মোচন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বজালী জিলাৰ পাটাছাৰকুছিৰ সুধাতীৰ্থত ভাৰতৰ সন্মানেৰে বিভূষিত ড° ভূপেন হাজৰিকাৰ এটা আৱক্ষ মূর্তি উন্মোচন কৰে। কালদিয়া নৈৰ পাৰত সুধাকণ্ঠৰ এই দৃষ্টিনন্দন আৰু সুবৃহৎ প্রতিমূৰ্তিটো স্থাপন কৰাৰ বাবে ড° শৰ্মাই উদ্যোক্তাসকলৰ শলাগ লয়। পাটাছাৰকুছিত এটি ৰাজহুৱা প্রেক্ষাগৃহ নিৰ্মাণৰ বাবে দুই কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।