January 1, 2026 8:00 PM

views 13

গুৱাহাটী ৰে’ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ভূমি সন্দৰ্ভত ৰে’ল বিভাগৰ সৈতে আলোচনা কৰিব অসম চৰকাৰে

অসম চৰকাৰে নিউ গুৱাহাটীৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰূপে ব্যৱহৃত ভূমি গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰা সন্দৰ্ভত ৰে'ল বিভাগৰ সৈতে আলোচনা কৰিব। আজি কইনাধৰাৰ ১ নম্বৰ অতিথিশালাত ৰাজ্যখনৰ জ্যেষ্ঠ সম্পাদকসকলৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে গুৱাহাটী ৰে'ল ষ্টেচনত বর্তমান মাত্র ৭খন প্লেটফর্ম থকা হেতুকে গুৱাহাটীৰ পৰা নতুন ৰে'লগাড়ী প্ৰৱৰ্তনত বাধা হোৱাৰ প্ৰসঙ্গ উত্থাপন কৰি সোধা এটা প্ৰশ্নৰ উত্ত...