October 3, 2025 9:29 PM October 3, 2025 9:29 PM

views 10

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ ন্যায়িক আয়োগ গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ অধ্যক্ষতাত কাইলৈ এখন ন্যায়িক আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূর্বে সামাজিক মাধ্যম যোগে জনসাধাৰণক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী বিচাৰপতিৰ নেতৃত্বত এখন আয়োগ গঠন কৰাৰ বাবে মুখ্য ন্যায়াধীশক অনুৰোধ জনাইছিল। এই অনুসৰি কাইলৈ আয়োগ ...