October 11, 2025 12:15 PM

views 27

চৰকাৰী চাকৰিত দুই লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দিশে ৰাজ্য চৰকাৰ অগ্ৰসৰ হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত দুই লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে কালি ৭ হাজাৰ ৬৫০ টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৰ নিয়োগৰ পথ প্ৰশস্ত হৈছে। বিগত সময়ছোৱাত এক লাখ চাকৰিত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি উল্লেখ কৰি ড০ শৰ্মাই ...