July 22, 2025 1:29 PM

views 16

ব্ৰহ্মপুত্ৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। গুৱাহাটীত কালি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই বান্ধক লৈ তেওঁ শংকিত নহয় বুলি উল্লেখ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ ফলত অসমত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়াই ক'ব পৰা নাযায় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিষয়টো সন্দৰ্ভত বিশেষজ্ঞসকলে দুই ধৰণৰ...