September 9, 2024 11:28 AM
তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৫ ছেপ্টেম্বৰত হ’বলগীয়া নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীৰ বৈঠক
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত জিলা আয়...