January 1, 2026 1:06 PM January 1, 2026 1:06 PM
3
ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ‘নতুন দিনৰ আলাপ’
প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ‘নতুন দিনৰ আলাপ' শীর্ষক সংবাদমেলত ৰাজ্যৰ বছৰটোৰ খতিয়ান দিয়ে আৰু নতুন বছৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ২০০০ ৰ পৰা ২০০৫ চনলৈ ৪৫ শতাংশ বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশ হাৰ সৰ্বাধিক বুলি মন্তব্য কৰে। তেওঁ কয়, যে ৰাজ্যত জনমূৰি আয় ১ লাখ ৫৯ হাজাৰ ১৮৫ টকালৈ বৃদ্ধি পাইছে। জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, যে বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজহো ৫৩ শতাংশ হাৰত ব...