ডাউনলোড
মোবাইল এপ

android apple
signal

August 19, 2024 12:03 PM

ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ এসপ্তাহ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ এসপ্তাহ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মিৰ্জাত কালি এটা অনুষ্ঠানত অ...