June 11, 2025 12:00 PM
বৰাক উপত্যকাৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী-বিধায়ক, বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক
বৰাক উপত্যকাৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক তথা বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখ...