July 25, 2025 1:22 PM

views 14

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ চাৰি দিনীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ড০ শর্মাই জিলাসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে মন্ত্ৰীবিধায়কসকলক জনসাধাৰণৰ সৈতে অধিক সক্রিয়ভাৱে জড়িত হ'বলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূর্বে ৬৫ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ কাৰ্যালয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সচিবালয় ...