February 4, 2025 7:27 PM February 4, 2025 7:27 PM

views 4

নতুন দিল্লীত এডভান্টেজ আছাম সন্মিলন সন্দৰ্ভত মন্ত্ৰী ড° এছ জয়শংকৰক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে দ্বিতীয়বাৰৰ বাবে আয়োজিত এডভান্টেজ আছাম সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে শ্ৰী জয়শংকৰে দেশৰ এক্ট-ইষ্ট নীতিত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত আলোকপাত কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে এই সন্মিলনৰ পৰিপ্ৰেক্ষিতত ভূটান, দক্ষিণ ক...