June 5, 2025 9:41 PM

views 22

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন কৰে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইৰ উদ্যোগত গঢ়ি উঠা বক্সিং একাডেমীখন মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। একাডেমীখনত খেলুৱৈৰ হোষ্টেলৰ সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই অনুদান আগবঢ়োৱা হ'ব। একাডেমীখনৰ মান উন্নত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে ভূমি আবণ্টনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্রীড়া বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগত...