October 29, 2025 8:05 PM October 29, 2025 8:05 PM
21
মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। আয়ুষ্মান অসম মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে ৰাজ্যিক কৰ্মচাৰীসকলক নতুন স্বাস্থ্য বীমা আঁচনিখনৰ হেল্থ কার্ডো বিতৰণ কৰে। তদুপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই একেটা অনুষ্ঠানতে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আ...