October 29, 2025 11:41 AM

views 36

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈৰ পৰা মুখ্যমন্ত্ৰীৰ লখিমপুৰ জিলা ভ্ৰমণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু স্বানীয় বিধায়ক মানৱ ডেকাৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰী ড০ শর্মাই ৩০ অক্টোবৰ বিয়লি জিলাখনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। ভ্ৰমণৰ অংশ হিচাপে তেওঁ ৩১ অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথ...