July 16, 2025 9:09 PM

views 16

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধানৰ বাবে বিষয়ববীয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসক আৰু নাৰ্ছৰ আৱাসগৃহৰ ব্যৱস্থা কৰাৰ লগতে অত্যাধুনিক চিকিৎসা সঁজুলি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই পৰিদৰ্শনকালত...