July 7, 2025 7:29 PM
19
কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ড° শৰ্মাই বি টি আৰৰ অন্তৰ্গত কোকৰাঝাৰ, বাওখুংগ্ৰী, দোতমা, গোসাইগাঁও আৰু পৰ্বতঝৰা সমষ্টিত চৰকাৰৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। জিলাখনৰ কেতবোৰ ভৱিষ্যতমুখী পৰিকল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কোকৰাঝাৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত হিতাধিকাৰীৰ সংখ্যা এক লাখ ৪০ হাজাৰলৈ...