April 17, 2025 7:49 PM

views 16

ডিফুত ১০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কাৰ্বি আংলং জিলাৰ ডিফুত ১০০ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্রকল্প, প্রতিমূৰ্তি-তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ৰাণী ৰেংবংহমৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলাখনলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই আজি লৰেন্যু ৰেঙমা গাঁও সমিতিৰ সভাপতি আৰু গাঁও প্ৰধানক সাক্ষাৎ কৰি ৰেঙমা সম্প্ৰদায়ৰ উন্নয়ন আৰু...