May 5, 2025 12:42 PM
জাপানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলৰ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন
জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন...