September 3, 2025 7:00 PM September 3, 2025 7:00 PM

views 2

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ ৩ জন লোকৰ নাগৰিকত্ব লাভ

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ ৩ জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। বিগত দুবছৰত অসমত ১২ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে ৯ খন আবেদন বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাওঁ পঞ্চায়তত আয়োজিত ৰাজহুৱা সভাত এই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শর্মাই এই অনুষ্ঠানতে মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলা হিতাধিকাৰীক চেক প্রদান কৰে। আজাৰাৰ কাহিকুচি শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়...