November 20, 2024 12:42 PM November 20, 2024 12:42 PM
5
জি এম চি এইছত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা মুকলি মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৩০ কোটি টকা ব্যয়সাপেক্ষে অত্যাধুনিক এম আৰ আই যন্ত্ৰটো স্থাপন কৰা হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে এতিয়াৰেপৰা এম আৰ আই যন্ত্ৰটো যথেষ্ট উন্নত মানৰ। এতিয়াৰেপৰা নিউৰ’ল’জিকেল এম আৰ আই যথেষ্ট সুক্ষ্মভাৱে কৰিব পৰা যাব। হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰটোৱে উত্তৰ-পূবৰ ৰোগীসকলক যথেষ্ট উ...