July 8, 2025 8:18 PM
গোৰেশ্বৰৰ গুৰমৌত বড়ো জনগোষ্ঠীৰ বাথৌ থানচালি উদ্বোধন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ গুৰমৌত বড়ো জনগোষ্ঠীৰ বাথৌ থানচালি উদ্বোধন কৰে। ভৈয়াম জনজাতি উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা বাথৌ থানচালি উদ্বোধন কৰি...