July 8, 2025 8:18 PM

views 19

গোৰেশ্বৰৰ গুৰমৌত বড়ো জনগোষ্ঠীৰ বাথৌ থানচালি উদ্বোধন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ গুৰমৌত বড়ো জনগোষ্ঠীৰ বাথৌ থানচালি উদ্বোধন কৰে। ভৈয়াম জনজাতি উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা বাথৌ থানচালি উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যবাসীৰ কল্যাণৰ বাবে বাথৌ ভগৱানক প্ৰাৰ্থনা জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানতো অংশগ্রহণ কৰে।

October 10, 2024 12:49 PM

views 57

ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতুৰ সৌৰচালিত আলোকিতকৰণ প্ৰকল্প উদ্বোধন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ধলা-শদিয়া সংযোগ কৰা ড০ ভূপেন হাজৰিকা সেতুৰ সৌৰচালিত আলোকিতকৰণ প্ৰকল্প উদ্বোধন কৰে। এই প্রকল্প অনুসৰি এ পি ডি চি এলে ধলা-শদিয়া সেতুত সৌৰশক্তিৰে বিদ্যুতৰ যোগান ধৰিব।