January 20, 2026 11:42 AM

views 14

ছুইজাৰলেণ্ডৰ ডাভ’ছত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশখনলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মুগৰত্নমক সাক্ষাৎ কৰি মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনায়। ড০ শৰ্মাৰ সৈতে এই সন্মিলনত অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্রীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ববেংকৰ অধ্যক্ষ অজয় বাংগায়ো অংশ লৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সন্মিলনত অংশগ্...