September 1, 2025 7:27 PM

views 15

পাথাৰকান্দিত আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৫ হাজাৰ ৬৭১ গৰাকী সদস্যক ১০ হাজাৰকৈ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জিলাখনৰ মুণ্ডামালা খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী অনুদান হি চাপে লাভ কৰা ধন অপচয় কাৰাৰ পৰিৱৰ্তে অর্থনৈতিক উন্নয়নত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, যে চৰকাৰে এই পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত সমীক্ষা চলাব আৰু ধনৰ সঠিক ব্যৱহাৰ কৰা মহিলাই পুনৰ ২...