November 15, 2025 6:04 PM

views 31

বৃন্দাবনী বস্ত্র অসমলৈ অনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা লণ্ডনলৈ ৰাওনা

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্র অসমলৈ প্রদর্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা লণ্ডনলৈ ৰাওনা হৈছে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দর্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বজ্রভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰিছে। কাইলৈ লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চ...