January 20, 2026 6:39 PM

views 15

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। এই মঞ্চই বিশ্বৰ সন্মুখত ভাৰতে আগবঢ়োৱা সর্বোত্তম সুযোগ সুবিধাসমুহ প্ৰদৰ্শন কৰি দেশৰ সন্মান বৃদ্ধি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই আজি গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি ফলপ্রসূ আলোচনাত মিলিত হয়। ড° শৰ্মাই অসমৰ ছেমি ক...