January 20, 2025 8:20 PM
দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰে মতবিনিময়
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ১৪০ গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মতব...