September 9, 2024 11:29 AM
33
গোর্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে মাটিৰ পট্টা লাভৰ ব্যৱস্থাৰ বাবে চৰকাৰক ধন্যবাদ গোৰ্খা সন্মিলনীৰ
অসম গোর্খা সন্মিলনীয়ে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত গোর্খা জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় লোকৰ সুবিধা হোৱাকৈ কাৰ্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ শলাগ লৈছে। গোর্খা সন্মিলনীৰ সভাপতি কৃষ্ণ ভূজেলে, গোর্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে অতি সহজ আৰু সৰল প্ৰক্ৰিয়াৰে মাটিৰ পট্টা লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে কৰা ব্যৱস্থাৰ বাবে ধন্যবাদ জনায়। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ সুবিধা লাভৰ বাবে নির্দিষ্ট ভূমিত সংশ্লিষ্ট লোকজন ত...