May 7, 2025 8:23 PM May 7, 2025 8:23 PM

views 4

সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰা প্ৰতিৰক্ষা বাহিনীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত সফলতাৰে চলোৱা আক্রমণ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিৰক্ষা বাহিনীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত সমগ্ৰ ভাৰতবাসী এক হৈ থাকিব আৰু কোনো কাৰণতে দেশৰ স্বাভিমানক আঘাত হ'বলৈ দিয়া নহ'ব।