June 4, 2025 2:09 PM
কাছাৰৰ বানপীড়িতৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে ...