June 4, 2025 2:09 PM June 4, 2025 2:09 PM
6
কাছাৰৰ বানপীড়িতৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে সতর্ক দৃষ্টি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। চৰকাৰী কাৰ্যসূচীৰে সম্প্ৰতি ন’ৰৱেত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ শেহতীয়া বান...