November 5, 2025 1:25 PM
53
ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আজিৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি সমগ্ৰ ৰাজ্যৰ লগতে প্ৰবাসী অসমীয়াসকলেও নিজ নিজ স্থানত চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি ৩৫খন জিলাত আৰু ২৭খন সমজিলাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০...