December 13, 2024 10:46 AM

views 25

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ বিশ্ব দবা ইতিহাসৰ সর্বকনিষ্ঠ দবা চেম্পিয়ন হিচাপে পৰিগণিত

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডন্মাৰাজু গুকেশ বিশ্ব দবা ইতিহাসৰ সর্বকণিষ্ঠ দবা চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। ছিংগাপুৰত অনুষ্ঠিত অষ্টাদশ এফ আই ডি ই বিশ্ব দবা চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেণক পৰাস্ত কৰি গুকেশে এই কৃতিত্ব অর্জন কৰে। খেলখন প্রায় ৫ ঘণ্টা জুৰি অনুষ্ঠিত হয়। প্রতিযোগিতাখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে মুঠ ৭ দশমিক ৫ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে প্ৰতিদন্দ্বী খেলুৱৈগৰাকীয়ে ৬ দশমিক ৫ পইণ্টহে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে সর্বকণিষ্ঠ হিচাপে এই খিতাপ কৰাৰ অভিলেখ গেৰি কাছপাৰৰ্ভৰ নামত আছিল। তেওঁ ২২ বছৰ ব...