April 16, 2025 7:52 PM

views 10

গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো চিকিৎ‍সালয় পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বিৰুবাৰীত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ১৫ আগষ্টৰ পূৰ্বে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে আৰু বহিঃবিভাগৰ সেৱা আগবঢ়াই থকা হৈছে। ইপিনে, ৰাজ্যৰ চিকিৎ‍সালয়সমূহ যাতে ৫০-৭৫ বছৰলৈ প্ৰাসঙ্গিক হৈ থাকে সেই কথা বিবেচনা কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই...