November 7, 2025 11:18 AM
39
লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ সন্দৰ্ভত আলোচনাৰ বাবে অহা ১৫ নৱেম্বৰত লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লণ্ডনৰ মিউজিয়ামত সংৰক্ষণ হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ এই বিষয়ত আলোচনাৰ বাবে অহা ১৫ নৱেম্বৰত লণ্ডনলৈ যাব। লণ্ডন মিউজিয়াম কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰ হোৱাৰ পাছত ছমাহৰ বাবে এই বস্ত্ৰখন অসমলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।