April 26, 2025 12:25 PM

views 13

সন্ত্ৰাসবাদবিৰোধী যুঁজক নির্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ আস্থা প্ৰকাশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক এটা নির্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্বৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে। শ্ৰী মোদীৰ নেতৃত্বত শূন্য সহনশীল নীতিৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰসমূহক যোগ্য প্ৰত্যুত্তৰ দিব পৰা যাব বুলি ড০ শৰ্মাই মন্তব্য কৰিছে। কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দি এই আক্ৰমণত নিহতসকলৰ বিদেহ আত্মাৰ...