January 21, 2026 12:43 PM

views 2

বর্ল্ড ইক’ন’মিক ফ’ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ

 ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বর্ল্ড ইক'ন'মিক ফ'ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ কৰে। ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ লগতে তেওঁ গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো অংশ লয়। এই বৈঠকত ছিনপছিছ, কোৱালকম, এনালগ ডিভাইচেছ, থার্ম' ফিচাৰ, হনিৱেল আৰু হেংকেল আদি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে ৬০ শৰ্মাই মত বিনিময় কৰে। এই প্রতিষ্ঠানসমূহে নিজ নিজ কর্মক্ষেত্রত উৎকৃষ্টতা...