September 4, 2025 6:51 PM September 4, 2025 6:51 PM

views 9

মহিলা উদ্যমিতা অভিযানৰ অধীনত ঢেকীয়াজুলিত ৩১,২২৪ গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ঢেকীয়াজুলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩১ হাজাৰ ২২৪ গৰাকী সদস্যাক চেক বিতৰণ কৰে। ইয়াৰে ২৯ হাজাৰ ৫২৩ গৰাকী গ্ৰামাঞ্চলৰ আৰু এহেজাৰ ৭০১ গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা। এই উপলক্ষে ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিয়ে মহিলাসকলৰ মাজত নতুন কর্মস্পৃহা জগাই তুলি তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিব। তেওঁ কয়, যে ৰাজ্যত বৰ্তমান ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই গোটসমূ...