July 31, 2024 10:59 AM July 31, 2024 10:59 AM
10
গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ কালি সামৰণি পৰে। অসম মন্ত্ৰীসভাৰ সদস্য আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ প্রশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্মিলনৰ প্ৰথমটো দিনৰ প্ৰায় ১৩ ঘণ্টীয়া বৈঠকখনত ৰাজ্যখনত ভি আই পি সংস্কৃতি বন্ধ কৰা, মুখ্যমন্ত্ৰীয়ে কোনো জিলা ভ্রমণলৈ গ'লে কনভয়ত বাহনৰ সংখ্যা ১০ৰ পৰা ১২ৰ ভিতৰত সীমিত ৰখা, মুখ্যমন্ত্...