October 30, 2025 12:26 PM

views 29

ৰৈ ৰৈ বিনালে ছবিৰ জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

কাইলৈ মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি দিশপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এইকথা প্রকাশ কৰে। ড° শর্মাই কয়, যে অসমত কোনো ছবিৰ বাবে মন...

October 30, 2025 12:21 PM

views 18

অসম মন্ত্রীসভাত ৰাজ্যৰ ২,১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত

 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্রীসভাৰ বৈঠকত ৰাজ্যৰ ২ হাজাৰ ১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি মাজুলীৰ ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ ২ হাজাৰ ৬৮ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। অসম মন্ত্রীসভাই ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ আৰ্থিক সাহায্যৰে ২ হাজাৰ ২০৫ কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ প্ৰস্তাৱত অনুম...