December 9, 2025 7:32 PM

views 30

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে কাইলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে আজি বিয়লি থাপনা স্থাপন, ভাগৱত পাঠ, ছহিদ প্রণাম জ্যোতি প্রজ্বলন, দিহা নাম, থিয় নাম আদিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অক্ষয় বন্তি প্ৰজ্বলন কৰে। ৮৬০ গছি চাকি বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পূর্বে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছহিদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ কাইলৈ হ'বল...

November 19, 2025 9:02 PM

views 25

গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান ছহিদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।