December 31, 2025 1:10 PM December 31, 2025 1:10 PM
4
কামৰূপ জিলাৰ বকোত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকোত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ ৩৩ হাজাৰ ৮৬১ গৰাকী সদস্যক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয় ।