October 18, 2024 11:43 AM

views 14

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত বিয়লি ৪ বজাত নির্বাচিত উদ্যোগীলৈ ক্ৰমে ২ লাখ আৰু ৫ লাখ টকাকৈ আগবঢ়োৱা হ'ব। উদ্যোগীসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উপস্থিত থকাৰ লগতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আগ্রহী অৰ্হতাসম্পন্ন আৱেদনকাৰীসকলে পঞ্জীয়ন কৰিব পাৰে। চি এম এ এ এ প'ৰ্টেল c...