November 25, 2024 12:04 PM November 25, 2024 12:04 PM
4
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায় ৫খন জিলাত আৰম্ভ হ’ব
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ২৫ হাজাৰৰো অধিক যুৱ উদ্যমীলৈ ৫ হাজাৰ ১০০ কোটি টকাৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তি মুকলি কৰাৰ পাছত এইবাৰ বাকী থকা ৫ খন জিলাত এই অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব। এই জিলাকেইখন হৈছে– নগাঁও, বঙাইগাঁও, চিৰাং, বিশ্বনাথ আৰু কাছাৰ জিলা। নিৰ্বাচিত উদ্যোগীসকললৈ ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত আর্থিক সাহায্য আগবঢ়োৱা হ'ব। আগ্রহী যুৱক-যুৱতীসকলে cmaaa.assam.gov.in ত প্ৰথমে নিজৰ নাম পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰকল্পৰ প্ৰতিবেদন জমা দিব লাগিব। পঞ্জীয়নৰ ...