June 26, 2025 8:39 PM June 26, 2025 8:39 PM
5
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত এইপর্যন্ত ১ লাখতকৈও অধিক আৱেদন লাভ
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এই পর্যন্ত ১ লাখতকৈও অধিক আবেদন লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আবেদন প্রাপ্তৰ ভিতৰত ৮১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ সাক্ষাৎকাৰ সম্পূৰ্ণ হৈছে।