December 13, 2025 12:25 PM December 13, 2025 12:25 PM
9
বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি জনজাতীয় শিক্ষার্থীয়ে বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি বি টি আৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হীৰেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ'ব। তেওঁ এই ঘটনাক অপ্রীতিকৰ বুলি উল্লেখ কৰি তদন্তৰ জৰিয...