June 29, 2025 7:23 PM June 29, 2025 7:23 PM
8
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ জিলাৰ গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰি উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰে। ড° শৰ্মাই প্ৰথমে ৰংঘৰ পৰিদৰ্শন কৰি প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্রস্তুতি সম্পর্কে বুজ লোৱাৰ লগতে কৃত্রিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে। তেওঁ শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-মৰাণ অংশত বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা – ই এল এফেৰে নিৰ্মাণ কৰা বিশেষ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় সু...