July 29, 2025 10:28 AM July 29, 2025 10:28 AM

views 3

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনে আর্থ-সামাজিক দিশত লাভ কৰা অগ্ৰগতিৰ বিষয়ে তেওঁক অৱগত কৰে। সাক্ষাৎকালত ড° শৰ্মাই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভতো প্রধানমন্ত্রীক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত দেশৰ ভিতৰত প্ৰথম জৈৱ ইথানল প্রকল্প সম্পর্কেও আলোচনা কৰে। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে...