September 28, 2025 8:40 PM

views 27

পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎ‍সালয়খন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎ‍সালয় উদ্বোধন কৰে। পশ্চিম কাৰ্বি আংলঙত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয়ৰে এই জিলা চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই উদ্বোধনী কাৰ্যসূচীৰ পাছত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুস্পঞ্জলি অর্পণেৰে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে চিকিৎসালয়খনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে। ড০ শৰ্মাই সা...