December 1, 2024 7:08 PM
বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্...